মহানগৰীত পুনৰ অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

- মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা
- সাতগাঁৱৰ প্রগতি নগৰ অঞ্চলত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ।
- বেইলী নামৰ খোৱাপানীৰ প্রতিষ্ঠানটোৰ পিছফালৰ দ খাৱৈত উদ্ধাৰ মৃতদেহটো।
- মৃত যুৱকজনৰ আনুমানিক বয়স ৩০-৩৫ বছৰ।
- স্থানীয় ৰাইজে মৃতদেহটো প্রত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
- ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো প্রেৰণ কৰে GMCলৈ।
- যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
- এতিয়াও চিনাক্ত কৰিব পৰা নাই যুৱকজন।
ক্লিক কৰি পঢ়কঃ ধুবুৰীত কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটঃ আকাংক্ষিত জিলা কাৰ্যসূচীৰ পৰ্যালোচনাৰে জিলা প্ৰশাসনক প্ৰশংসা…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jLEkoXV
via IFTTT
Comments
Post a Comment