কাৰ্বি স্বায়ত্ব শাসিত পৰিষদত অকলেই ৰণত নামিব কংগ্ৰেছঃ টিকট প্ৰদানক লৈ চিন্তিত বিজেপি

- কাৰ্বি স্বায়ত্ব শাসিত পৰিষদক লৈ তৎপৰ বিজেপি, কংগ্ৰেছ।
- পৰিষদৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত কংগ্ৰেছৰ।
- ২৬ টা সমষ্টিতেই প্ৰাৰ্থীত্ব প্ৰদান কৰিব কংগ্ৰেছে।
- শুকুৰবাৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা।
- প্ৰথম তালিকাত মুঠ ২২ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
- দলটোৱে শীঘ্রেই ঘোষণা কৰিব আন ৪টা সমষ্টিৰ প্রাৰ্থীৰ নাম।
- আনহাতে কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপি প্রাৰ্থিত্ব প্রত্যাশীৰ ভিৰ।
- পশ্চিম কাৰ্বি আংলঙৰ ৯টা সমষ্টিৰ বাবে প্রাৰ্থিত্বৰ দাবীদাৰৰ সংখ্যা ৯৬জন।
- দলীয় প্রাৰ্থী বাছনিৰ বাবে উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক।
- জিলাখনৰ ৫টাকৈ সমষ্টিত উপস্থিত দলীয় নিৰ্বাচনী পৰ্যবেক্ষক।
- পৰ্যবেক্ষকে প্রাৰ্থীত্ব সন্দৰ্ভত দলীয় কাৰ্যকাৰ্তাৰে গ্রহণ কৰিব মতামত।
ক্লিক কৰি পঢ়কঃ কৰিমগঞ্জৰ বানাক্ৰান্তৰ ঘৰত বাংলাদেশৰ চোৰে নাৱেৰে আহি চলাইছে সন্ত্ৰাস…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bUtDlW1
via IFTTT
Comments
Post a Comment