প্ৰাক্তন ছাত্ৰ নেতা শৰৎ মুদৈৰ দেহাৱসান…

  • প্ৰাক্তন ছাত্ৰ নেতা শৰৎ মুদৈৰ মহাপ্ৰয়াণ
  • অসম আন্দোলনৰে জৰিত মুদৈৰ মৃত্যুত নগাঁৱত শোকৰ চাঁ
  • পিত্তৰোগত আক্ৰান্ত হৈছিল শৰৎ মুদৈ
  • গুৱাহাটীত চিকিৎসাধীন অৱস্হাতে মৃত্যুক সাৱতি লয় মুদৈয়ে
  • শণিবাৰে পুৱা মৃত্যুক সাৱতি লোৱা ছাত্ৰ নেতাজনৰ ঘৰ নগাঁৱৰ শেনচোৱাত
  • মুদৈৰ মৃত্যুৰ বাতৰিয়ে শোকৰ চাঁ পেলাইছে নগাঁৱত
  • আন্দোলনৰে জৰিত হৈ মুদৈয়ে কাৰাবাসো খাতিব লগা হৈছিল
  • আন্দোলনৰ পৰবৰ্তী সময়ত শেনচোৱাৰ পৰা গুৱাহাটীত গৈ স্হায়ী ভাবে থাকিবলৈ লৈছিল মুদৈ
  • মৃত্যুৰ সদয়ত শৰৎ মুদৈয়ে পত্নী , দুই পুত্ৰক এৰি থৈ গৈছে
  • মুদৈক অসম আন্দোলনৰে জৰিত হোৱাৰ বাবে এন এছ এ আইনত বন্দী কৰিছিল সেই সময়ত চৰকাৰে
  • দুপৰ ভাগত প্ৰয়াত ছাত্ৰ নেতাজনৰ মৃতদেহ গুৱাহাটীতে সৎকাৰ কৰা হব


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/crIyqzd
via IFTTT

Comments