বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ…

  • বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
  • মূল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰে দৰঙৰ ধূলা আৰক্ষীয়ে।
  • এক গোপন সূত্ৰৰ পম খেদি ধূলা আৰক্ষীয়ে পানবাৰী অঞ্চলত বটদ্ৰবা কাণ্ডৰ মূল অভিযুক্ত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল।
  • চতুৰ আল্লাউদ্দিনক ধূলা আৰক্ষীয়ে খেদি খেদি আটক কৰিলে বেছিমাৰীৰ কৰিমঞ্জ গাওঁৰ পৰা।
  • জানিব পৰা মতে আল্লাউদ্দিনৰ ঘৰ নগাঁও জিলাৰ বলি গুটীয়া গাওঁ পঞ্চায়তৰ বাটমাৰী গাঁৱত।
  • আল্লাউদ্দিনক চমজি লবলৈ ৰাওনা হৈছে নগাঁৱৰ আৰক্ষী দল।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CybEU5p
via IFTTT

Comments