পুনৰ এৰি দিলে খানদং বান্ধৰ পানীঃ বানৰ কৱলৰ পৰা ৰক্ষা পোৱা নাই কপিলীপৰীয়াই…

  • আজি পুনৰ এৰি দিয়া হৈছে খানদং বান্ধৰ পানী।
  • পুৱা ৫ বজাৰ পৰা খুলি দিয়া হৈছে খানদং বান্ধৰ গেট।
  • মূষলধাৰ বৰষুণৰ ফলত বান্ধৰ ওপৰত বৃদ্ধি পাইছে জলস্তৰ।
  • মুকলি কৰি দিয়া হৈছে বান্ধটোৰ আটাইকেইখন গেট।
  • কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কপিলীপৰীয়া ৰাইজ এতিয়া বানৰ কৱলত।
  • ইফালে ১৭ খনকৈ ৰে’ল বাতিল কৰাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ।
  • বায়ু সেনাই বিমানৰ জৰিয়তে উদ্ধাৰ কৰিছে ৰে’ল ষ্টেচনত আৱদ্ধ হৈ থকা যাত্ৰীক।

ক্লিক কৰি পঢ়কঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত টীয়কৰ ৬ বছৰীয়া আকাংক্ষাৰ নাম…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/aMKJ6lA
via IFTTT

Comments