নিৰাপদ স্থানলৈ যোৱাৰ সময়তে বানে উটুৱাই নিলে যুৱকক, মৃত্যু…

  • কাছাৰৰ ভয়াৱহ বানত পুনৰ এজন যুৱকৰ মৃত্যু।
  • মৃত যুৱকজনৰ নাম আনোয়াৰ হুছেইন।
  • বৰখলাৰ বদৰপুৰ-মাছিমপুৰ গাঁৱত সংঘটিত এই ঘটনা।
  • নিৰাপদ স্থানলৈ যোৱাৰ সময়তে সোঁতে উটাই নিয়ে যুৱকজনক।
  • স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OXd07kp
via IFTTT

Comments