কামপুৰত কপিলী নদীৰ বানে ভাঙিলে মথাউৰি…

  • কামপুৰত কপিলী নদীৰ তাণ্ডৱ।
  • নৈৰ বানে ভাঙি নিলে সৰুপথাৰ ৪৮ ব্লকৰ মথাউৰি।
  • জলমগ্ন হৈ পৰিছে খকনজুৰি, পূব ডেকেৰুৱা।
  • পশ্চিম ডেকেৰুৱা, ভেৰভেৰিকে ধৰি বহুকেইখন গাওঁ জলমগ্ন।
  • মথাউৰি ভঙাৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।

ক্লিক কৰি পঢ়কঃ পুনৰ এৰি দিলে খানদং বান্ধৰ পানীঃ বানৰ কৱলৰ পৰা ৰক্ষা পোৱা নাই কপিলীপৰীয়াই



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JgqlHnX
via IFTTT

Comments