মুকালমুৱা আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • এইবাৰ মুকালমুৱাত আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী।
  • মুকালমুৱাৰ ঘোঁৰাঠালত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা।
  • অভিযানত ২.৩৬৪ কিলোগ্রাম গাঞ্জাসহ আটক এজনক।
  • আটকাধীন লোকজনৰ নাম নিৰণ দাস।
  • দৌলাশাল আৰক্ষীৰ অভিযানত জব্দ গাঞ্জাখিনি।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SQxrtul
via IFTTT

Comments