দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা…

- দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত অঘটন।
- নাহৰফুটুকীয়ে আক্ৰমণ কৰিলে এগৰাকী মহিলাক।
- বাগিচাত কৰ্মৰত অৱস্থাতত মহিলাগৰাকীক আক্ৰমণ নাহৰফুটুকীটোৰ।
- গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ নাম বাসন্তী পাটৰ।
- ডিৰিয়াল কেন্দ্রীয় চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী।
ক্লিক কৰি পঢ়কঃ শিহৰণকাৰী! ডিঙিত সাপ লৈ খেলা কৰিছে মদ্যপায়ী ব্যক্তিয়ে…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cPSHG8l
via IFTTT
Comments
Post a Comment