মৰিগাঁৱত মৰ্মান্তিক ঘটনাঃ দুই কণমাণিক বুকুত লৈ পানীত পৰি মৃত্যু মাতৃৰ…

  • মৰিগাঁৱৰ কৰাইগুৰি গাঁৱত মৰ্মান্তিক ঘটনা সংঘটিত
  • দুজনীকৈ কনমানি ছোৱালীসহ পম্পী কোঁৱৰ নামৰ মহিলাগৰাকীৰ পানীত পৰি সাৱটিলে মৃত্যুক
  • নিশা স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে মাতৃ আৰু দুই কণমানিক।
  • সমগ্ৰ ঘটনাটো বৰ্তমান ৰহস্যৰ আৱৰ্তত।
  • নিশা ৭বাজি যোৱাৰ পিছত পম্পী কোঁৱৰে নিজৰ কন্যা সন্তান দুটিক লৈ পথাৰৰ এটা পুখুৰীত এই ঘটনা সংঘটিত কৰে।
  • মৃত পম্পি কোঁৱৰে আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
  • পম্পি কোঁৱৰ মৃত্যুৰ আঁৰত ৰহস্য ফাদিল কৰাৰ দাবী পৰিয়ালৰ।
  • সংসাৰিক যন্ত্ৰণাৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ মাতৃ পৰিয়ালৰ।
  • কন্যা সন্তান দুটাৰ বয়স দুবছৰ আৰু আঢ়ৈ বছৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ykIOh3G
via IFTTT

Comments