ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰ

- ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰ
- কাইটামাৰী গলদুৱাত উদ্ধাৰ হয় পোৱালীটো।
- পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ গঁড়ৰ পোৱালিটো।
- তিনি মহীয়া গঁড়ৰ পোৱালিটো বাঘৰ আক্রমণত মৃত্যু হোৱাৰ সন্দেহ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vPzCWDO
via IFTTT
Comments
Post a Comment