হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটক…

- হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটক
- আব্দুল ইষ্টাক নামৰ এজন যুৱকক আটক
- আলফা (স্বাঃ)ৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আটক
- আব্দুলক আদালতত হাজিৰ কৰায় মোৰাজাৰ আৰক্ষীয়ে
- আদালতে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে আব্দুলক
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7R4yhnd
via IFTTT
Comments
Post a Comment