উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাৰ নতুন দিন ঘোষণা…

- উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাৰ নতুন দিন ঘোষণা।
- ১৮ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৬ জুনত।
- ২০ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৭ জুনত।
- ২১ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৮ জুনত।
- শিক্ষা সংসদে জাৰি কৰিছে এই নিৰ্দেশনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Rh6ZSfm
via IFTTT
Comments
Post a Comment