গুৱাহাটী আৰক্ষীৰ অভিযানঃ ৪০ কেজি গাঞ্জাসহ দুজনক আটক..

- গুৱাহাটী আৰক্ষীৰ অভিযানত পুনৰ আটক গাঞ্জা সৰবৰাহকাৰী।
- ৪০ কেজি গাঞ্জাসহ গ্রেপ্তাৰ দুই সৰবৰাহকাৰী।
- তেতেলীয়াৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা সময়ত জব্দ গাঞ্জাখিনি।
- ধৃত সৰবৰাহকাৰী দুটা বিশ্বজিত কলিতা আৰু ত্রৈলোক্য দাস।
- গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবালাখ টকা বুলি অনুমান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qOWA1Mo
via IFTTT
Comments
Post a Comment