ন-বোৱাৰীক ডিঙি চেপি হত্যা স্বামী পৰিয়ালৰ…

  • দক্ষিণ কামৰূপৰ জোৰশিমুলীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা।
  • অভিযোগ অনুসৰি জেছমিন খাতুন নামৰ ন-বোৱাৰীক ডিঙি চেপি হত্যা স্বামী পৰিয়ালৰ।
  • জোৰশিমুলীৰ গছপোতা গাঁৱত সংঘটিত এই ঘটনা।
  • জোৰশিমুলী আৰক্ষীয়ে গ্রেপ্তাৰ কৰে স্বামী আৰু শহুৰ-শহুৰেকক।
  • গ্রেপ্তাৰ হাবিজুৰ হক, ছামছুল হক, হাজেৰা খাতুন।
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্রক্রিয়া।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Lu4onbQ
via IFTTT

Comments