পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত ৰে’ল সেৱা…

- পুনৰ আৰম্ভ হোৱাৰ দিশে ভাৰত-বাংলাদেশৰ মাজৰ ৰে’ল সেৱা।
- দুবছৰৰ বিৰতিৰ অন্তত আৰম্ভ হ’ব এই ৰে’ল সেৱা।
- শীঘ্ৰে আৰম্ভ হ’ব মৈত্ৰী এক্সপ্ৰেছ।
- কলকাতা আৰু ঢাকাক সংযোগ কৰে এই মৈত্ৰী এক্সপ্ৰেছে।
- একেসময়তে আৰম্ভ হ’ব বন্ধন এক্সপ্ৰেছ।
- কলকাতা আৰু খুলনাৰ সংযোগ কৰে বন্ধন এক্সপ্ৰেছে।
ক্লিক কৰি পঢ়কঃ কৰিমগঞ্জৰ বানাক্ৰান্তৰ ঘৰত বাংলাদেশৰ চোৰে নাৱেৰে আহি চলাইছে সন্ত্ৰাস…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rXnZBHC
via IFTTT
Comments
Post a Comment