ৰক্ষকেই ভক্ষক! উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দিছপুৰ থানাৰ উপ-পৰিদৰ্শক…

ডিজিটেল ডেস্কঃ ৰক্ষকেই ভক্ষক! উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হল এগৰাকী অসম আৰক্ষীৰ বিষয়া। বিষয়াজন হৈছে দিছপুৰ থানাৰ উপ–পৰিদৰ্শক গহীন পেগু। এজন বিষয়াক ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গহীন পেগুক।
অভিযোগ অনুসৰি বেংক বিষয়াজনক দিছপুৰ থানাৰ জনে দাবী কৰিছিল ৫০ হাজাৰ টকা। ইয়াৰ পাছতে বেংক বিষয়াজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে গহীন পেগুক। বৰ্তমান দিছপুৰ থানাত জেৰা উপ–পৰিদৰ্শকগৰাকীক জেৰা কৰি থকা হৈছে।
The post ৰক্ষকেই ভক্ষক! উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দিছপুৰ থানাৰ উপ-পৰিদৰ্শক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2n8vN70
via IFTTT
Comments
Post a Comment