উত্তৰাখণ্ডৰ বেলাহলীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৪

  • উত্তৰাখণ্ডৰ বেলাহলীত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৪ জন যাত্ৰী।
  • আহত হৈছে কমেও ১০ জন যাত্ৰী।
  • বাছখনৰ ভিতৰত আছিল প্ৰায় ৩০ জন যাত্ৰী।
  • আহত সকলক উদ্ধাৰ কৰি চিকিৎলায়ত ভৰ্তি কৰে স্থানীয় লোকে।

The post উত্তৰাখণ্ডৰ বেলাহলীত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2m1fadA
via IFTTT

Comments