জাতিঙ্গাত পৰিভ্ৰমী চৰাইৰ আগমন, ভিৰ বাঢ়িছে পৰ্যটকৰ
প্ৰকৃতিৰ দীৰ্ঘ শতিকা জোৰা পৰম্পৰা ৰক্ষা কৰি পাৰ্বত্য ডিমা হাচাও জিলাৰ জাতিঙ্গাত আহিবলৈ ধৰিছে পৰিভ্ৰমী চৰাই। যোৱা কেইবা দিন ধৰি জাতিঙ্গা গাঁওৰ একাধিক ঠাইত চৰাই অহাৰ খবৰ পোৱা গৈছে। স্থানীয় গাঁৱবাসী এক্সট্ৰানেল চিয়াঙচাইয়ে দিয়া তথ্য অনুসৰি অতীতৰ তুলনাত এতিয়া জাতিঙ্গাত চৰাই অহাৰ সংখ্যা বহু গুণে হ্ৰাস পাইছে। উল্লেখ্য যে জাতিঙ্গা পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ কাৰণে ইতিমধ্যে বিশ্ব […]
The post জাতিঙ্গাত পৰিভ্ৰমী চৰাইৰ আগমন, ভিৰ বাঢ়িছে পৰ্যটকৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2m2ajJ9
via IFTTT
Comments
Post a Comment