বোকাখাতত যাত্ৰীবাহী বাছত চুৰি : মহিলা আটক
বোকাখাতত দিন দুপৰতে যাত্ৰীবাহী বাছত চোৰ ৷ যাত্ৰীৰ বেগ খুলি সামগ্ৰী চুৰি কৰাৰ অপৰাধত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক ৷ ডিব্ৰুগড়ৰ পৰা নগাওঁলৈ বুলি আহি থকা এ এছ ০১ বি চি ৫১৬৫ নম্বৰৰ মনিকাঞ্চন নামৰ যাত্ৰী বাহী বাছখন যাত্ৰীৰ দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে বোকাখাতৰ ৰাজ্যিক বাছ আস্থানত ৰখায় ৷ সেইসময়তে গাড়ীত যাত্ৰী নথকাৰ সুযোগ […]
The post বোকাখাতত যাত্ৰীবাহী বাছত চুৰি : মহিলা আটক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2n1ewgg
via IFTTT
Comments
Post a Comment