বিহাৰত ধাৰাসাৰ বৰষুণত বৰ্তমানৰ লৈকে নিহত ২৯ জন লোক…

- বিহাৰত বিগত কেইবাদিন ধৰি দি থকা ধাৰাসাৰ বৰষুণে স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে।
- বহু অঞ্চল কৃত্ৰিম বানত বুৰ যোৱাৰ উপৰিও বৰষুণৰ বাবে বাতিল কৰিব লগা হৈছে ৰে’ল সেৱা পৰ্যন্ত।
- ইফালে বৰ্তমানৰ লৈকে ২৯ জন লোকে হেৰুৱাইছে প্ৰাণ।
- বিহাৰৰ ৰাজধানী পাটনাত বৰষুণৰ ফলত সৃষ্টি হোৱা বানে সাধাৰণ নাগৰিকক এক সংকটজনক অৱস্থালৈ ঠেলি দিছে।
The post বিহাৰত ধাৰাসাৰ বৰষুণত বৰ্তমানৰ লৈকে নিহত ২৯ জন লোক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nH1G77
via IFTTT
Comments
Post a Comment