ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই আফগানিস্তানৰ ভোটগ্ৰহণ কেন্দ্ৰত বিস্ফোৰণ…

  • ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে আফগানিস্তানত অঘটন।
  • দক্ষিণ আফগানিস্তানৰ ভোটগ্ৰহণ কেন্দ্ৰত বিস্ফোৰণত আহত ১৫ জন।
  • শনিবাৰে পুৱাই সংঘটিত হৈছে এই বিস্ফোৰণ।
  • কান্দাহাৰ নগৰত এই বিস্ফোৰণ সংঘটিত হৈছে।
  • ইফালে আহত হোৱা আটাইকেইজনেই পুৰুষ বুলি জানিব পৰা গৈছে।
  • হাস্পতালত ভৰ্তি কৰা হৈছে আহতসকলক।

The post ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতেই আফগানিস্তানৰ ভোটগ্ৰহণ কেন্দ্ৰত বিস্ফোৰণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nl8UO4
via IFTTT

Comments