আহিনৰ বানত মাজুলীৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱৰ মাটিমাহৰ খেতি বিনষ্ট

আহিনৰ বানে সম্পূৰ্ণৰূপে নষ্ট কৰি গ’ল মাজুলীৰ সীমান্তৱৰ্তী লক্ষীমপুৰ জিলাৰ অন্তৰ্গত লুইত খাবলু অঞ্চলৰ ৩২ খন গাঁৱৰ মাটি মাহৰ খেতি । বিশেষকৈ চানং, কুলামুৱা, মৰলীয়া, বৰুণচুক, কামবং, হস্তিণাপুৰ, উত্তৰ ডাম্বুকিয়াল, ললিটি মৰাং, দুঘৰীয়া চেলেক, যোগীবাৰী, বৰবালি, কামৰেক, বৰালীমৰা, পাথৰিচুক আদি বিভিন্ন গাঁওসমূহ অধিক ক্ষতিগ্ৰস্ত হয়। শেহতীয়া বানে কৃষিজীৱী লোকসকলৰ আশাৰ ফচল সম্পূৰ্ণ ৰূপে নষ্ট কৰি থৈ […]

The post আহিনৰ বানত মাজুলীৰ সীমান্তৱৰ্তী ৩২ খন গাঁৱৰ মাটিমাহৰ খেতি বিনষ্ট appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2lCCsGt
via IFTTT

Comments