বৃহস্পতিবাৰে পুনৰ মূল্যবৃদ্ধিৰ জখলাত পেট্ৰল-ডিজেল…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে বিগত ৮ দিন ধৰি পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পাচত যোৱা বুধবাৰে স্থিৰাৱস্থাত আছিল মূল্য। কিন্তু এদিনৰ পাচতে পুণৰ বাঢ়িল পেট্ৰল-ডিজেলৰ মূল্য। বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলত ৬ পইচা আৰু ডিজেল প্ৰতি লিটাৰত বাঢ়িল ৭ পইচাকৈ। এই মূল্যবৃদ্ধিৰ পিচতে ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭৪.১৯ টকা আৰু ডিজেলৰ মূল্য হলগৈ ৬৭.১৪ টকা।

The post বৃহস্পতিবাৰে পুনৰ মূল্যবৃদ্ধিৰ জখলাত পেট্ৰল-ডিজেল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mLqjPy
via IFTTT

Comments