ৰহা আৰক্ষীৰ স্বচ্ছ ভাৰত অভিযান, VIDEO

  • এইবাৰ অন্য ৰূপত দেখা গ’ল ৰহা আৰক্ষীক।
  • হাতত ঝাৰু লৈ চলালে চাফাই অভিযান।
  • স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰ অংশৰূপে ৰহাৰ ৰাজপথ, বজাৰ, চিকিৎসালয় আদি পৰিস্কাৰ কৰিলে ৰহা আৰক্ষীয়ে।
  • উপ আৰক্ষী অধীক্ষক, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, কণিষ্টবল, ৰহা নগৰ সমিতি, স্থানীয় ৰাইজ আদিয়ে ধৰি অংশ ল’লে এই কাৰ্যসূচীত।

The post ৰহা আৰক্ষীৰ স্বচ্ছ ভাৰত অভিযান, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mfDSHa
via IFTTT

Comments