গুজৰাটত নৱৰাত্ৰী আৰু ৰাস গৰ্বাৰ বিশেষ প্ৰস্তুতি, দেহত ছবি আঁকি সজাগতা সৃষ্টিৰ প্ৰয়াস যুৱতীৰ…

  • গুজৰাটত নৱৰাত্ৰী আৰু ৰাস গৰ্বাৰ ব্যাপক প্ৰস্তুতি।
  • চুৰটৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে নৱৰাত্ৰী আৰু ৰাস গৰ্বা উৎসৱ।
  • ৰাস গৰ্বাৰ সময়ত লোকনৃত্য প্ৰদৰ্শন কৰে গুজৰাটী যুৱক-যুৱতীসকলে।
  • এইবাৰৰ ৰাস গৰ্বাক লৈও সাজু হৈছে যুৱতীসকল।
  • পিঠিত আৰু দেশৰ অন্য অংগত টাটু আঁকি লৈছে যুৱতীসকলে।
  • নতুন যান বাহন আইনক লৈ পিঠিত চিত্ৰ অংকন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস।
  • ইছৰ’ৰ চন্দ্ৰযান-২ অভিযানকো অংকন কৰি লৈছে দেহত।
  • তদুপৰি জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ আৰু ৩৫ (ক) বিলুপ্তিকো দেহত আঁকি লৈছে চিত্ৰৰূপত।

The post গুজৰাটত নৱৰাত্ৰী আৰু ৰাস গৰ্বাৰ বিশেষ প্ৰস্তুতি, দেহত ছবি আঁকি সজাগতা সৃষ্টিৰ প্ৰয়াস যুৱতীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mJcqBP
via IFTTT

Comments