বিজয় হাজাৰে ট্ৰফীত বৃহৎ বিজয়েৰে অভিযান আৰম্ভ অসমৰ; স্বৰূপমৰ অপৰাজিত বিস্ফোৰক শতৰাণ
২০১৯ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত জয়েৰে অভিযান আৰম্ভ কৰিছে অসমে। প্ৰতিযোগিতাখনত প্লেট গ্ৰুপত স্থান লাভ কৰা অসমে বুধবাৰে ডেৰাডুনত মিজোৰামক ১১৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। মিজোৰামে টছত জিকি প্ৰথমে অসমক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনাই আৰু অসমে অপেনাৰ স্বৰূপম পুৰকায়স্থৰ বিস্ফোৰক অপৰাজিত শতৰাণৰ সহায়ত নিৰ্ধাৰিত ৫০ অফাৰত ৩ উইকেটত ৩২৪ ৰাণ সংগ্ৰহ কৰে। স্বৰূপমে […]
The post বিজয় হাজাৰে ট্ৰফীত বৃহৎ বিজয়েৰে অভিযান আৰম্ভ অসমৰ; স্বৰূপমৰ অপৰাজিত বিস্ফোৰক শতৰাণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2lRJAi3
via IFTTT
Comments
Post a Comment