বাইক আৰোহীক গুলীয়াই হত্যাৰ চেষ্টা… VIDEO

  • দিল্লীৰ শ্বাহদৰাত এজন ব্যক্তিক গুলীয়াই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ।
  • শ্বাহদৰাৰ উচমানপুৰত সংঘটিত হয় এই ঘটনা।
  • বাইকেৰে গৈ থকা সময়ত ব্যক্তিজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে এজন লোকে।
  • ঘটনাত কথমপি ৰক্ষা পৰে ব্যক্তিজনৰ প্ৰাণ।
  • এই লোকহৰ্ষক ঘটনা বন্দী হৈছে চিচি টিভি কেমেৰাত।
  • ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

The post বাইক আৰোহীক গুলীয়াই হত্যাৰ চেষ্টা… VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2n5ehRn
via IFTTT

Comments