বেইজিঙত ভয়ংকৰ দুৰ্ঘটনা, ৩৬ জনৰ মৃত্যু

  • পূব চীনৰ বেইজিঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দেওবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
  • আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ মতে দুৰ্ঘটনাত নিহত ৩৬ জন লোক।
  • আহত হৈছে প্ৰায় ৩০ জন লোক।
  • এখন যাত্ৰাবাহী বাছেৰে এখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
  • পূব জিআংছুৰ এক্সপ্ৰেছ হাইৱে’ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
  • যাত্ৰাবাহী বাছখনে কঢ়িয়াই আনিছিল ৬৯ গৰাকী যাত্ৰী।
  • আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হয়।

The post বেইজিঙত ভয়ংকৰ দুৰ্ঘটনা, ৩৬ জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2of8qcB
via IFTTT

Comments