দুটা পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাংলাদেশী নাগৰিক

শনিবাৰে সন্ধিয়া দুটা পিষ্টল আৰু চাৰিটা মেগজিনসহ এজন বাংলাদেশী নাগৰিকক ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজনক অনুময় চাকমা বুলি চিনাক্ত কৰা হৈছে। নতুন বজাৰ আৰক্ষী থানাৰ এটা দলে এক অভিযানত চাকমাক গ্ৰেপ্তাৰ কৰে। নতুন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাপী দেববাৰ্মাই জনায় যে তেওঁলোকে আগৰতলাৰ পৰা অমৰপুৰ অভিমুখে এজন লোক অস্ত্ৰ-শস্ত্ৰসহ আহি থকাৰ […]

The post দুটা পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বাংলাদেশী নাগৰিক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2mLoVNh
via IFTTT

Comments