ভাল খবৰঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আজিয়েই পাব ছেপ্টেম্বৰ মাহৰ দৰমহা…

  • ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ।
  • পূজাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা মুকলিৰ সিদ্ধান্ত।
  • ২৭ ছেপ্টেম্বৰত মুকলি কৰি দিয়া হ’ব ছেপ্টেম্বৰ মাহৰ দৰমহা।
  • দুৰ্গাপূজা উপলক্ষে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
  • দৰমহাৰ লগতে একেদিনাই মুকলি কৰি দিয়া হ’ব পেঞ্চনো।

The post ভাল খবৰঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আজিয়েই পাব ছেপ্টেম্বৰ মাহৰ দৰমহা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nAYbir
via IFTTT

Comments