শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উপলক্ষে ‘পৰ্যটন আৰু নিয়োগ’ বিষয়ক আলোচনা চক্ৰ সম্পন্ন
সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস। উজনি অসমৰ অন্যতম পৰ্যটনস্থলী শিৱসাগৰ জিলাৰ আমগুৰিত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়। শিৱসাগৰ জিলা পৰ্যটন কাৰ্যালয়ৰ উদ্যোগত আমগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ এই বছৰৰ আলোচ্য বিষয় “পৰ্যটন আৰু নিয়োগ”ৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত কেৰিয়াৰ কন্সালটেণ্ট ৰঞ্জন কুমাৰ বৰুৱা, […]
The post শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উপলক্ষে ‘পৰ্যটন আৰু নিয়োগ’ বিষয়ক আলোচনা চক্ৰ সম্পন্ন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2mf3XGo
via IFTTT
Comments
Post a Comment