ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্যত নিষিদ্ধ কৰিলে পশু বলি
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে শুকুৰবাৰে ৰাজ্যখনত জীৱ-জন্তু বলি দিয়া নিষিদ্ধ বুলি ৰায়দান দিয়ে। আনহাতে, ন্যায়ালয়ে ৰাজ্যখনৰ মন্দিৰ সমূহকো জীৱ-জন্তু বলি নিদিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ অৰিন্দম লোধেৰে গঠিত বিচাৰপীঠে শুকুৰবাৰে এই ঐতিহাসিক ৰায়দান দিয়ে। ন্যায়ালয়ৰ এই নিৰ্দেশ অতিশীঘ্ৰে ত্ৰিপুৰাৰ মন্দিৰৰ লগতে বলি বিধান প্ৰচলিত সকলো ধৰ্মীয় স্থানতে লাঘু কৰা হ’ব। […]
The post ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্যত নিষিদ্ধ কৰিলে পশু বলি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2nqCr8P
via IFTTT
Comments
Post a Comment