শচীন-কোহলীক অতিক্ৰমি মোদীৰ পাছতেই সৰ্বাধিক লোকপ্ৰিয় ব্যক্তি ধোনী
অধিনায়ক বিৰাট কোহলী আৰু ক্ৰিকেটৰ ‘ভগৱান’ৰূপে খ্যাত শচীন তেণ্ডুলকাৰক পিছ পেলাই দেশৰ সবাটোকৈ লোকপ্ৰিয় ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে প্ৰাক্তন অধিনায়ক তথা অনুভৱী উইকেটৰক্ষক বেটছমেন মহেন্দ্ৰ সিং ধোনীয়ে। YouGov নামৰ এটা প্ৰতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি দেশৰ জনপ্ৰিয় তথা লোকপ্ৰিয় লোকৰ তালিকাত শীৰ্ষ স্থানত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু মোদীৰ পিছতে তালিকাৰ দ্বিতীয় স্থানত […]
The post শচীন-কোহলীক অতিক্ৰমি মোদীৰ পাছতেই সৰ্বাধিক লোকপ্ৰিয় ব্যক্তি ধোনী appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2lv0G5n
via IFTTT
Comments
Post a Comment