মৰঙিত ডাম্পাৰ আৰু টাটা চুমুৰ মাজত সংঘৰ্ষ, অগ্নিদগ্ধ হৈ মৃত্যু ৩ আৱকাৰী বিষয়া…

  • মৰঙিৰ সাৰৰগাঁওৰ সমীপৰ শিশু ভৱন বিদ্যালয়ৰ কাষত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন ডাম্পাৰ আৰু এখন টাটা চুমুৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৰাজপথৰ ওপৰতে দপদপাই জলি উঠিল দুয়োখন বাহন ।
  • অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হৈছে চুমুখনৰ তিনিজন আৱকাৰী বিষয়াৰ, আহত সকলক কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
  • মৃত্যু হোৱা লোক সকল হল আৱকাৰী বিভাগৰ চোৰাংচোৱা বিষয়া চামু মাইবংচা, কনিষ্টবল ৰমেন ৰংজাং আৰু হৰেকৃষ্ণ কুমাৰ।

The post মৰঙিত ডাম্পাৰ আৰু টাটা চুমুৰ মাজত সংঘৰ্ষ, অগ্নিদগ্ধ হৈ মৃত্যু ৩ আৱকাৰী বিষয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mNke59
via IFTTT

Comments