প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ চৰকাৰী গাঁওবুঢ়াৰ
বোকাখাতত এজন গাঁওবুঢ়াই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ কাৰ ঘটনাই বোকাখাতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ গাঁওবুঢ়া নৰেণ দাসৰ বিৰুদ্ধে স্থানীয় এজন দৰিদ্ৰ কৃষক ম’চ মুণ্ডাই তেওঁৰ পৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে বিগত সময়ত বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ ম’চ মুণ্ডা নামৰ এজন লোকৰ ঘৰটো প্ৰচণ্ড […]
The post প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ চৰকাৰী গাঁওবুঢ়াৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2mwPaGX
via IFTTT
Comments
Post a Comment