নাগা শান্তি আলোচনা সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা ৰাজ্যপাল আৰ এন ৰবিৰ

এন এছ চি এন (আই এম)ৰ সৈতে চূড়ান্ত নাগা চুক্তি সন্দৰ্ভত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে নতুন দিল্লীৰ নৰ্থ ব্লকত এক আলোচনাত মিলিত হয়। বিভাগীয় সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে, ৰাজ্যপাল ৰবিয়ে অমিত শ্বাহক নাগালেণ্ডৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। ৰাজ্যপাল ৰবি আৰু গৃহ মন্ত্ৰীয়ে বৈঠকত […]

The post নাগা শান্তি আলোচনা সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা ৰাজ্যপাল আৰ এন ৰবিৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2o00yf4
via IFTTT

Comments