মহালয়াৰ পুৱা তিনিচুকীয়াত মানুহৰ ওপৰেৰে চলিল ইনভা, থিতাতে নিহত ২

- শনিবাৰে পুৱাই তিনিচুকীয়াত অঘটন।
- দ্ৰুতবেগী ইনভাই মহতিয়াই নিলে ১০ গৰাকী লোকক।
- মহালয়াৰ পুৱাই এই ঘটনা।
- দুৰ্ঘটনাত থিতাতে নিহত হৈছে ২জন লোক।
- এই দুৰ্ঘটনাত আহত হৈছে ৮জন লোক।
- তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকলক।
- দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ এএছ০৩-এইছ-২২২৩।
The post মহালয়াৰ পুৱা তিনিচুকীয়াত মানুহৰ ওপৰেৰে চলিল ইনভা, থিতাতে নিহত ২ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lQfZFZ
via IFTTT
Comments
Post a Comment