কেৰালাত দুৰ্ঘটনাত পতিত হৈ নগাঁৱৰ ১৮ বছৰীয়া যুৱকৰ মৃত্যু

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱৰ যুৱক দুৰ্ঘটনাত পতিত হৈ বহিঃৰাজ্য কেৰালাত মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে ধনীয়াভেটি গাঁৱৰ মইনুল হকৰ ১৮ বছৰীয়া পুত্ৰ ৰছিদুল হকে কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে পাঁচমাহৰ পূৰ্বে গৈছিল। কিন্তু অলপতে এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰছিদুল হক। পিছত স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰায়। […]

The post কেৰালাত দুৰ্ঘটনাত পতিত হৈ নগাঁৱৰ ১৮ বছৰীয়া যুৱকৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2ofUdMD
via IFTTT

Comments