অৰুণাচলত থকা ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই : কিৰেণ ৰিজিজু
‘‘অৰুণাচল প্ৰদেশত ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই,’’ বেংগালুৰুত শুকুৰবাৰে এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই। ৰিজিজুই তাৰোপৰি অৰুণাচলত থকা ভাৰত সীমান্ত সম্পূৰ্ণ ৰূপে সুৰক্ষিত বুলি উল্লেখ কৰি ভাৰতীয় সেনা বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতি ইঞ্চি ভাৰত ভূমিৰ ৰক্ষণাবেক্ষণ দি আছে বুলি কয়। ‘‘প্ৰকৃত সীমা নীতি নথকা বাবে কেতিয়াবা চীনা […]
The post অৰুণাচলত থকা ভাৰত-চীন সীমান্তত কোনোধৰণৰ সমস্যা নাই : কিৰেণ ৰিজিজু appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2o1FHbg
via IFTTT
Comments
Post a Comment