পুৱাই ভূমিকম্পই জোঁকাৰিলে নেপাল…

  • শনিবাৰে পুৱাই ভূমিকম্পই জোঁকাৰি গ’ল নেপাল।
  • পুৱা প্ৰায় ১০.৩০ বজাত অনুভূত হয় ভূমিকম্প।
  • ৪.১ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে নেপাল।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই।

The post পুৱাই ভূমিকম্পই জোঁকাৰিলে নেপাল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lNL9xA
via IFTTT

Comments