আগন্তুক শিক্ষাবৰ্ষত আৰম্ভ হ’ব অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ আদৰ্শ বিদ্যালয়

আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট, মৰিগাঁও আদি বিভিন্ন স্থানত আৰম্ভ হ’ব কেইবাখনো বিশ্বমানৰ আদৰ্শ বিদ্যালয়। অসম সাহিত্য সভাৰ দ্বাৰা গঠিত ‘জাতীয় আদৰ্শ শিক্ষা সংসদ’ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে সাহিত্য সভাই। ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ মহেন্দ্ৰনাথ বৰা সভাকক্ষত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি তথা শিক্ষা সংসদৰ অধ্যক্ষ […]

The post আগন্তুক শিক্ষাবৰ্ষত আৰম্ভ হ’ব অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ আদৰ্শ বিদ্যালয় appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2nG3HAw
via IFTTT

Comments