ডকমকাৰ পৰা অপহৃত ব্যৱসায়ীক হাওৰাঘাটৰ পৰা উদ্ধাৰ

কাৰ্বি আংলঙৰ ডকমকাৰ পৰা অপহৃত ব্যৱসায়ী বিজয় আগৰৱালাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়। হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত হাওৰাঘাটৰ অন্যতম অভিযুক্ত তপন টেৰণৰ ঘৰৰ পৰা তেওঁক উদ্ধাৰ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তপন টেৰণ (৪৭) আৰু তেওঁৰ সহযোগী সঞ্জয় গোৱালাক (৩০)তপন টেৰণৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে জনক বসুমতাৰী (৪০) নমাৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল। বসুমতাৰীক […]

The post ডকমকাৰ পৰা অপহৃত ব্যৱসায়ীক হাওৰাঘাটৰ পৰা উদ্ধাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2lvg4i1
via IFTTT

Comments