গোলাঘাটত ডাম্পাৰ-চুম’ৰ ভয়ংকৰ সংঘৰ্ষ; অগ্নিদগ্ধ হৈ থিতাতে দুজনৰ মৃত্যু

গোলাঘাট জিলাত বুধবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়। গোলাঘাটৰ মৰঙী সাৰৰ গাঁৱৰ সমীপৰ ৩৯ নং ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰ আৰু এখন টাটা চুম’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফালত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। উল্লেখযোগ্য যে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে টাটা চুম’খন […]

The post গোলাঘাটত ডাম্পাৰ-চুম’ৰ ভয়ংকৰ সংঘৰ্ষ; অগ্নিদগ্ধ হৈ থিতাতে দুজনৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2lRX2Tg
via IFTTT

Comments