মধ্য প্ৰদেশত বায়ুসেনাৰ বিমান ভূপতিত…

  • মধ্য প্ৰদেশত বায়ুসেনাৰ বিমান ভূপতিত।
  • অনুশীলনৰ সময়তে মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত।
  • গোৱালিয়াৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন।
  • তাৰ পিছতে বিমানখন জ্বলি যায়।
  • বিমানখনত আছিল দুগৰাকী পাইলট আৰু এজন কেপ্তেইন।
  • সৌভাগ্যক্ৰমে ৰক্ষা পৰে আটাইকেইজন লোক।

The post মধ্য প্ৰদেশত বায়ুসেনাৰ বিমান ভূপতিত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lnNnnm
via IFTTT

Comments