বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী…

- দেওবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
- আগন্তুক হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনক লৈ কৰা হব আলোচনা।
- বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডা থাকিব উপস্থিত।
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ লগতে শিৱসেনাৰ অধ্যক্ষও উপস্থিত থাকিব বৈঠকত।
The post বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2nxGDns
via IFTTT
Comments
Post a Comment