৮ কাৰ্টন কফ চিৰাপ ড্ৰাগছ জাতীয় টেবলেটসহ দুজনক আটক
ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীত চলি অহা ড্ৰগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে আজি ধুবুৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক অভিযান চলায়। অভিযানকালত আৰক্ষীৰ দলটোৱে নাৰায়ণ দাস আৰু নিৰ্মল বাঢ়ৈ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ড্ৰাগছ জাতীয় টেবলেট আৰু ৮ কাৰ্টন ড্ৰাগছ জাতীয় কফ চিৰাপ জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে আটকাধীন দুয়োকে অধিক […]
The post ৮ কাৰ্টন কফ চিৰাপ ড্ৰাগছ জাতীয় টেবলেটসহ দুজনক আটক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2miKyEB
via IFTTT
Comments
Post a Comment