খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে। পৰ্যালোচনামূলক বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোক ইয়াৰ কাম-কাজ সম্বন্ধে জনসাধাৰণৰ মাজত সঠিক ধৰণে আলোকপাত কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলাৰ চূণ-শিলৰ খনি সমূহৰ ব্যৱহাৰৰ দিশত আগন্তুক ১৫ দিনৰ ভিতৰতে সংশ্লিষ্ট […]
The post খনি আৰু খনিজ সম্পদ বিভাগৰ কাম-কাজ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2mQEbYF
via IFTTT
Comments
Post a Comment