২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয়ৰ তালিকাভুক্ত হ’ব বাণিজ্য; উন্মোচন হ’ল কিতাপ

ৰাজ্যৰ শিক্ষানীতিৰ নতুন সংযোজন অনুসৰি ২০২০ চনৰ পৰা  নৱম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে বাণিজ্যক সংযোজন কৰা হ’ব। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা এক অনুষ্ঠানত বাণিজ্যিক বিষয়ৰ ‘এন ইণ্ট্ৰোডাকশ্যন উইথ কমাৰ্চ’ নামৰ পাঠ্যপুথি খন উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু শিক্ষামন্ত্ৰীকে ধৰি ভালেকেইগৰাকী শিক্ষা […]

The post ২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয়ৰ তালিকাভুক্ত হ’ব বাণিজ্য; উন্মোচন হ’ল কিতাপ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2nmQpbU
via IFTTT

Comments