গুৱাহাটীৰ হোটেলৰ কোঠাত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ীৰ মৃতদেহ…

  • গুৱাহাটী ৰাজহংশ হোটেলত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ কাপোৰ ব্যবসায়ী শ্যামল কান্তি বৰ্ধনৰ মৃতদেহ।
  • পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে তেওঁ কিছুদিনৰ পৰা ব্যবসায়ীক লোকচানৰ বাবে মানসিক অশান্তিত ভুগি আছিল।
  • ২৫ ছেপ্তেম্বৰত বিশ্বনাথ চাৰিআলিৰ পৰা তেওঁ গুৱাহাটীলৈ আহিছিল।
  • কাপোৰৰ দোকানৰ বাবে সামগ্ৰী ক্ৰয় কৰাৰ বাবে গুৱাহাটীলে আহিছিল ব্যৱসায়ীগৰাকী।
  • হোটেলখনৰ ২৩ নম্বৰ কোঠাত উদ্ধাৰ হৈছে তেখেতৰ মৃতদেহ।

The post গুৱাহাটীৰ হোটেলৰ কোঠাত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ীৰ মৃতদেহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2mMKTj6
via IFTTT

Comments